GUWAGACHA MAJGAON ANCHALIK JATIYA BIDYALAYA

Guwagacha-Majgaon,Barpeta,Assam 781315

office@gmanchalikjatiyabidyalaya.com 9401270492

Holiday

20/10/2025

ইয়াৰ দ্বাৰা গুৱাগাছা মাজগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ অভিভাৱক অভিভাৱিকা আৰু ছাত্ৰ ছাত্ৰী সকলক জনোৱা যায় যে অহাকালি ২১।১০।২৫ ইং মংগল বাৰলৈ দিৱালী বন্ধ বৃদ্ধি কৰাৰ বাবে উক্ত দিনা বিদ্যালয় বন্ধ থাকিব। অহা ২২।১০।২৫ ইং তাৰিখত বিদ্যালয় পুনৰ খোলা হ'ব।

ধন্যবাদেৰে -

অধ্যক্ষ,

গুৱাগাছা মাজগাঁও আঞ্চলিক জাতীয় বিদ্যালয়।

তাং - ২০।১০।২৫ ইং।